+91 60031 18561 (WhatsApp only)

GET IN TOUCH
অসমীয়া বিভাগ। বি বৰুৱা কলেজ। ড. বি বৰুৱা ৰ'ড।ডাকঘৰ- উলুবাৰী। গুৱাহাটী-৭। অসম।
ম'বাইল নম্বৰ- ৬০০৩১১৮৫৬১
+91 60031 18561 (WhatsApp only)

নিৰ্দেশনা (GUIDELINES):
১) লেখাসমূহ মৌলিক চিন্তাপ্ৰসূত, প্ৰামাণ্য তথ্যসমৃদ্ধ আৰু গৱেষণামূলক হ'ব লাগিব। লেখাৰ মাধ্যম অসমীয়া।
২) লেখাসমূহ একে সময়তে আন কাকত, পত্ৰিকা আদিলৈ পঠাব নোৱাৰিব। পূৰ্বে ক'তো প্ৰকাশিত হ'ব নালাগিব।
৩) লেখাসমূহ ৫০০০-৬০০০ শব্দৰ ভিতৰত (পাদটোকা আৰু প্ৰাসংগিক গ্ৰন্থপঞ্জী ধৰি) হ'ব লাগিব। ১০০ শব্দৰ ভিতৰত এটি সাৰটোকা(Abstract) আৰু পাঁচটা শব্দৰ মুখশব্দ ( keywords) অন্তৰ্ভুক্ত কৰিব লাগিব।
৪)লেখাসমূহ অনুমোদিত পদ্ধতি অনুসৰি প্ৰস্তুত কৰিব লাগিব।
৫) পত্ৰিকাৰ লেখাসমূহ বিশেষ ভাৱে গঠিত এখন নিৰীক্ষণ কমিটিৰ কোনো নিৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰোৱা হ'ব। সংশ্লিষ্ট নিৰীক্ষক আৰু লেখক- কোনেও কাৰো বিষয়ে জানিব নোৱাৰিব। সেয়ে গোপনীয়তা ৰক্ষাৰ বাবে মূল লেখাত লেখকৰ নাম, পৰিচয় অন্তৰ্ভুক্ত নকৰাকৈ দিব লাগিব।লেখাৰ নামৰ লগত লেখকৰ পৰিচয়, গৱেষণাৰ অভিজ্ঞতা, ই মেইল আৰু ম'বাইল নম্বৰ উল্লেখ কৰি এটি সুকীয়া পৃষ্ঠাত দিব লাগিব। প্ৰয়োজনীয় সংশোধনীৰ বাবে লেখকসকলৰ লগত যোগাযোগ কৰা হ'ব।
৬) লেখাসমূহ Word File অত Double space ৰাখি ১৬ পইণ্টত গীতাঞ্জলি ফণ্টত টাইপ কৰি দিব লাগিব।
৭) লেখাসমূহ bbcassalok@gmail.comঅত ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব।